নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাষাণ মাতৃৰ জঘন্য কাণ্ড, নলাৰ কাষৰ গোৱৰৰ দ’মত পেলালে নৱজাতক

নিয়মীয়া বাৰ্তা, ২২ ফেব্ৰুৱাৰীঃ এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে শিৱসাগৰৰ ডিমৌত। ডিমৌৰ থাওৰা চাহ বাগিচাৰ ১২নং লাইনত উদ্ধাৰ এটি নৱজাতক।

     নলাৰ কাষৰ এটা গোৱৰৰ দ’মৰ পৰা পুৱা স্থানীয় লোকে দেৱশিশুটিক উদ্ধাৰ কৰে। শিশুটিক উদ্ধাৰ কৰি ডিমৌ আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰে স্থানীয় লোকে। সন্দেহ কৰা মতে শিশুটি জন্মৰ পিছতেই কোনো পাষাণ মাতৃয়ে নিক্ষেপ কৰিছিল নলাৰ কাষৰ গোৱৰৰ দমলৈ। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে। 

You might also like