নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত নতুনকৈ শনিবাৰে ১০৫৭ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত

নিয়মীয়া বাৰ্তা, ১৬ আগষ্ট: যোৱা ২৪ ঘন্টাত ২০৮০৫ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত ৰাজ্যত নতুনকৈ শনিবাৰে ১০৫৭ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷

আক্ৰান্তৰ হাৰ মাত্ৰ ৫.০৮ শতাংশ ৷

আজি আক্ৰান্ত হোৱা বুলি চিনাক্তসকলৰ ভিতৰৰ ২৯৩ গৰাকী ৰোগী কামৰূপ(ম)ৰ ৷

↗️ অসমত বৰ্তমানলৈ কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা ৭৫৫৫৮ জন ৷
↗️ ৰাজ্যত সম্প্ৰতি ২৩৬৮০ গৰাকী এনে ৰোগী চিকিৎসাধীন হৈ আছে ৷
↗️ সুস্থ হোৱা ৰোগীৰ সংখ্যা – ৫১৬৯৩
↗️ বিয়োগ হোৱা ব্যক্তিৰ সংখ্যা – ১৮২

You might also like