নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষ: শৰীৰ ভালে নাযাব৷ মানসিক চিন্তা বৃদ্ধি৷ অন্যান্য সমস্যাই মন ভাৰাক্রান্ত কৰিব পাৰে৷ প্রেমত মধুৰ ভ্রমণৰ সুযোগ৷
বৃষ: শুভ অথবা মাংগলিক কার্যত খৰচ বৃদ্ধি৷ নতুন কোনো সংবাদ প্রাপ্তি৷ পূর্বৰ সমস্যাৰ অন্ত৷ বিবাহৰ যোগ৷
মিথুন: মানসিক শুভ৷ খোলা–বোৱাত তৃপ্তি৷ পাৰিবাৰিক সুখ বৃদ্ধি৷ জ্যেষ্ঠজনৰ সহযোগ প্রাপ্তি৷
কর্কট: আর্থিক স্থিতিৰ সন্তোষজনক প্রগতি৷ প্রেমত শুভ৷ ধন প্রাপ্তিৰ যোগ৷ শাৰীৰিক অসুবিধাৰ সৃষ্টি হ’ব পাৰে৷
সিংহ: আধ্যাত্মিক ক্ষেত্রত প্রগতি৷ আর্থিক সংকটে দেখা দিব পাৰে৷ ঘৰুৱা বিবাদে অশান্তিৰ সৃষ্টি কৰাৰ সম্ভাৱনা৷
কন্যা: পুৱাৰ ভাগত কিছু অশান্তিকৰ৷ লাহে লাহে পৰিস্থিতিৰ উন্নতি৷ আমোদ–প্রমোদ বৃদ্ধি৷ শুভ কার্যত খৰচ বৃদ্ধি৷
তুলা: মানসিক চিন্তা৷ আর্থিক সমস্যা দূৰ নহ’ব৷ অন্যান্য ক্ষেত্রত শুভ৷ পাৰিবাৰিক অশান্তি৷
বৃশ্চিক: দিন শুভ৷ কার্যত সফলতা লাভ কৰিব৷ সু–সংবাদ লাভ৷ ভ্রমণ যোগ৷ প্রিয়জনৰ আগমন৷
ধনু: ভাতৃৰ সহযোগ প্রাপ্তি৷ সৎ উদ্দেশ্যৰ কার্যত সফলতা লাভ৷ প্রেমত অশান্তি৷ শাৰীৰিক শুভ৷
মকৰ: ব্যৱসায়ত সফলতা প্রাপ্তিৰ যোগ৷ আর্থিক লাভ৷ স্বাস্থ্য ভালে নাযাব৷ অন্যান্য ক্ষেত্রত শুভ দেখা যায়৷
কুম্ভ: কর্মক্ষেত্রত শুভ৷ ব্যৱসায়–বাণিজ্যত শুভ ফল পাব৷ দৈহিক দিশত ভালে নাযাব৷ প্রেমত মতানৈক্য৷
মীন: মানসিক উন্নতি৷ মান–সন্মান বৃদ্ধি৷ সামাজিক প্রতিষ্ঠা লাভ৷ আর্থিক স্থিতিৰ উন্নতি৷

You might also like