নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুনৰ আই চি ইউত ভৰ্তি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ

নিয়মীয়া বাৰ্তা ২৪ ছেপ্টেম্বৰঃ  পুনৰ অসুস্থ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। আজি পুনৰ আই চি ইউত ভৰ্তি কৰোৱা হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ যোৱা ২৬ আগষ্টত দেহত ধৰা পৰিছিল ক’ভিড-১৯।

তেতিয়াৰে পৰা  GMCHত চিকিৎসাধীন হৈ আছিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ।

You might also like