নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এতিয়াৰে পৰা নাম সলনি হ’ল বিটিএডিৰ

নিয়মীয়া বাৰ্তা ২৫ ছেপ্টেম্বৰঃ  বিটিএডি  এতিয়াৰে পৰা আনুষ্ঠানিকভাৱে বিটিআৰ হ’ল।  বিটিএডি এলেকাৰ পৰা নাম কৰ্তন আৰু নাম অন্তৰ্ভুক্তিৰ বাবে আবেদন কৰিব পাৰিব গাঁওসমূহে। সংবাদমেলত এই ঘোষণা ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। আনহাতে ৩০ নৱেম্বৰলৈকে বিটিচিৰ নিৰ্বাচন অনুষ্ঠিত কৰাতো সম্ভৱপৰ নহয় বুলি মন্তব্য ডঃ শৰ্মাৰ।

You might also like