নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জুবিনৰ সামাজিক দায়বদ্ধতা নাইঃ অজিত কুমাৰ ভূঞা

নিয়মীয়া বাৰ্তা ১১ আগষ্টঃ জুবিন গাৰ্গে মুখ্যমন্ত্ৰী আৰু কৃষিক মন্ত্ৰীক লগ ধৰাৰ পিছতেই আক্ৰাত্মক হৈ পৰিছে সাংসদ অজিত কুমাৰ ভূঞা। জুবিন জনপ্ৰিয় হ’ব পাৰে কিন্তু সামাজিক দায়বদ্ধতা নাই। মন্ত্ৰীৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰে ফুৰে জুবিনে। জাতিৰ কামত লাগি থকাৰ বাবে আদৰ্শগত স্থিতি লাগিব, আদৰ্শত অবিচল হৈ থাকিব নোৱাৰিলে, সমাজৰ প্ৰতি দায়বদ্ধ হ’ব নোৱাৰিলে সমাজক সহায় কৰিব নোৱাৰে, জুবিন গাৰ্গৰ দৰে শিল্পীয়ে । ব্যক্তিগত স্বাৰ্থত তেওঁলোক ৰজাঘৰলৈ গতি কৰিব লাগিব।
জুবিন গাৰ্গৰ শেহতীয়া কাম কাজক ভাল পোৱা নাই বুলি মন্তব্য কৰে সাংসদ গৰাকীয়ে। লগতে জুবিন গাৰ্গে মন্ত্ৰীৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰাৰো কোনো অৰ্থ নাই বুলি সাংসদ গৰাকীয়ে উল্লেখ কৰে।

You might also like