নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এছ আই কেলেংকাৰীঃ তিনিচুকীয়াত গ্ৰেপ্তাৰ জয়দেৱ বৰুৱা

নিয়মীয়া বাৰ্তা ২৬ ছেপ্টেম্বৰঃ  এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কেলেংকাৰি সন্দৰ্ভত আন এজন লোকক গ্ৰেপ্তাৰ। তিনিচুকীয়াত চি আই ডিয়ে গ্ৰেপ্তাৰ কৰে জয়দেৱ বৰুৱা নামৰ এজন লোকক। অৱসৰ প্ৰাপ্ত ডি আই জি আৰু পলাতক অভিযুক্ত পি কে দত্তৰ ঘনিষ্ঠ জয়দেৱ বৰুৱা। বৰ্তমান তিনিচুকীয়া থানাতে ৰাখা হৈছে অভিযুক্ত জয়দেৱ বৰুৱাক।

You might also like