নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এপ’ল হাস্পতালত ক্ৰাইম ব্ৰান্সৰ অভিযান, উদ্ধাৰ ৪০ জনীয়া তালিকা

নিয়মীয়া বাৰ্তা, ২৫ ছেপ্টেম্বৰঃ SI পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ সন্দৰ্ভত অসম আৰক্ষীৰ জালত পৰিছে এজনৰ পিছত সিজনকৈ লোক। অৱসৰপ্ৰাপ্ত DIGৰ পৰা কৰ্মচাৰীলৈ সকলো এতিয়া পলাতক অৱস্থাত আছে বহুকেইজন।

এই সন্দৰ্ভত অসম আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে অভিযান চলাই মহানগৰীৰ এপল’ হাস্পতালত। উদ্ধাৰ কৰে এখন ৪০জনীয়া প্ৰাৰ্থীৰ তালিকা। মহানগৰীৰ থেংকিউ লজত আগতীয়াকৈ অনুষ্ঠিত হোৱা পৰীক্ষাত জড়িত থকা প্ৰণব বৰা আৰু প্ৰাঞ্জলক গ্ৰেপ্তাৰ কৰাৰ পাছতে অভিযান চলায়। এই ৪০জনীয়া তালিকাখন যদি SI পৰীক্ষাৰ্থীৰ হয় তেন্তে আৰক্ষীৰ এয়া সফলতা বুলি কব পাৰি।

You might also like