নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাৰ কবলত ২৫ জন সাংসদ

নিয়মীয়া বাৰ্তা ১৫ ছেপ্টেম্বৰঃ ক’ভিড কালৰ সংকটৰ মাজতে নজিৰবিহীন প্রতিৰোধী ব্যৱস্থা তথা স্বাস্থ্যসন্মত বিধি গ্রহণ কৰি সোমবাৰৰ পৰা আৰম্ভ হৈছে সংসদৰ বর্ষাকালীন অধিৱেশন৷

বৰ্ষাকালীন অধিবেশনত উপস্থিত হোৱাৰ পূৰ্বে ২৫ জন সাংসদৰ ক’ৰোনা ধৰা পৰে। যাৰ ভিতৰত ১৭ জন লোকসভাৰ আৰু বাকী আঠ জন ৰাজ্যসভাৰ সদস্য।

আক্রান্ত সাংসদসকলৰ ভিতৰত অধিকাংশই বিজেপিৰ। ইপিনে সাংসদৰ উপৰি বহুকেইজন সংসদ কর্মী আৰু নিৰাপত্তাৰক্ষীৰ শৰীৰত ক’ৰোনাৰ উপস্থিতি পোৱা গৈছে।

You might also like