নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৮১ বছৰীয়া আইতাই ৮৫ ফুট উচ্চতাৰ প’লত কৰিলে ডান্স, ভাইৰেল ভিডিঅ’

নিয়মীয়া বাৰ্তা, ১১ আগষ্টঃ বয়স কেতিয়াও মানুহৰ উচ্চাকাংক্ষাত হেঙাৰ হ’ব নোৱাৰে । সেই কথায়ে যেন প্ৰমাণিত কৰিলে এগৰাকী ৮১ গৰাকী আইতাই ।

ফাৰএভাৰ ইয়ং নামৰ এক অনুষ্ঠানত ৮১ বছৰ বয়সৰ এগৰাকী আইতাই তেওঁৰ দক্ষতা আৰু জীৱনৰ যাদুৰে সকলোকে আচৰিত কৰি তুলিছে । ৮১ বছৰীয়া কার্লা ৱালেন্দা নামৰ এইগৰাকী আইতাই ৮৫ ফুট দীর্ঘ প’লত প’ল ডান্স কৰে । যাৰ পাছতে এক ভিডিঅ’ই বৰ্তমান ছ’চিয়েল মিডিয়াত চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে ।

চাওক সেই ভাইৰেল ভিডিঅ’টো-

You might also like