নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

BJP

ধুবুৰীত ৰাহুল গান্ধী-কংগ্ৰেছৰ সাংসদ ধীৰাজ চাহুৰ পুত্তলিকা দাহ বিজেপিৰ

🔹 কংগ্ৰেছৰ ঝাৰখণ্ডৰ সাংসদ ধীৰাজ চাহুৰ গৃহত ৩০০ কোটি টকা জব্দ নিয়মীয়া বাৰ্তা, ৯ ডিচেম্বৰ : কংগ্ৰেছ দলৰ ঝাৰখণ্ডৰ ৰাজ্যসভাৰ সাংসদ ধীৰাজ চাহুৰ গৃহত ৩০০ কোটি টকা জব্দ হোৱা ঘটনাক লৈ আজি ধুবুৰীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে বিজেপিয়ে। কংগ্ৰেছ…

নামনি মাজুলীৰ মিছামৰাত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া

নিয়মীয়া বাৰ্তা, ৫ অক্টোবৰ : মাজুলী জিলাৰ নামনি মাজুলীৰ কৰতিপাৰ গাঁও পঞ্চায়তৰ ১নং মিছামৰাত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰাত অঞ্চলবাসী ৰাইজে গভীৰ অনিশ্চয়তাৰ মাজত দিন অতিবাহিত কৰিব লগা হৈছে । ব্ৰহ্মপুত্ৰ বৰ্ডে বিগত দুবছৰ পূৰ্বে ১নং…

বৰগাঙত কৰম উৎসৱ উদযাপন

বিশেষ বার্তা, ২৬ ছেপ্টেম্বৰ : চৰকাৰে কালি কৰম পূজা উপলক্ষে বন্ধৰ দিন হিচাপে ঘোষণা কৰাত বিভিন্ন অঞ্চলৰ লগতে বৰগাঁও চাহ বাগিচা ৰাইজৰ উদ্যোগত কৰম পূজা ভাগ উদযাপন কৰা হয়।  বৰগাং নিউ কেটেলা খেলপথাৰত দিনৰ ২ বজাত কৰম দেৱতাক স্মৰণ কৰি কৰমতীসকলে…

লাহৰীঘাটত বুজন পৰিমাণৰ ড্ৰাগছসহ দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা,  ২৪ ছেপ্টেম্বৰ : মৰিগাঁও জিলাৰ লাহৰীঘাটত আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযান অব্যাহত আছে। গোপন সূত্ৰৰ পম খেদি যোৱানিশা লাহৰীঘাট আৰক্ষীয়ে ঔতলাবড়ী আৰু মহামাৰী পথাৰৰ পৰা বুজন পৰিমাণৰ ড্ৰাগছসহ দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।…

ঋতুপৰ্ণ পেগুৰ ৯ মহীয়া সন্তান গেৰি পেগুৰ দায়িত্ব ল’লে বিজেপিৰ মিডিয়া পেনেলিষ্ট সুৰঞ্জন দত্তই

নিয়মীয়া বাৰ্তা, ১৩জুনঃ শুকুৰবাৰে মহানগৰী গুৱাহাটীত সংঘটিত হোৱা লোমহৰ্ষক হত্যাকাণ্ডই এতিয়া জোঁকাৰিছে ৰাজ্য। এখন টুলত বহাক কেন্দ্ৰ কৰি হোৱা সাধাৰণ তৰ্ক-বিতৰ্কই কাল হ’ল ঋতুপৰ্ণৰ পেগু নামৰ ধেমাজিৰ যুৱকজনৰ। নিষ্ঠুৰভাৱে ৰডেৰে মৰিয়াই চোকা অস্ত্ৰৰে…

‘নিজক আৰু সাতটা পুৰুষক বদনাম কৰিবলৈ যাৰ ইচ্ছা আছে, তেওঁলোকেহে AIUDFৰ সমৰ্থনত ৰাজ্যসভালৈ…

নিয়মীয়া বার্তা, ৩ মার্চঃ "যাৰ আত্মসন্মান নাই, তেনেকুৱা ব্যক্তিয়েহে এআইইউডিএফৰ সমৰ্থনত ৰাজ্যসভালৈ যাব । যাৰ আত্মসন্মান আছে, তেওঁলোকেনো কিয় এআইইউডিএফৰ সমৰ্থনত ৰাজ্যসভালৈ যাব ।"- বিধানসভাৰ বাজেট অধিৱেশনৰ দ্বিতীয় দিনা এই বিৰোধীক তীব্ৰ সমালোচনা…

২০২১ টিকট নাপাব পাৰে মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ! কাৰণটো ক’লে ৰঞ্জিত…

নিয়মীমা বাৰ্তা, ১১ ফেব্ৰুৱাৰীঃ ২০২১ ত টিকট নাপাব পাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে । মন্ত্ৰী হিচাপে নহয়, বিধায়ক হিচাপেহে হ'ব মূল্যাংকন । সমষ্টি ভিত্তিত মূল্যাংকন হ'ব…

দিল্লীত কেজৰিৱালৰ হেটট্ৰিক সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ?

নিয়মীয়া বাৰ্তা, ১১ ফেব্ৰুৱাৰীঃ দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফলত প্ৰায় নিশ্চিত হৈ পৰিছে যে পুনৰ বাৰ ৰাজধানীত কেজৰিৱালেই একক সংখ্যা গৰিষ্ঠ আসন লাভ কৰি চৰকাৰ গঠন কৰিব । এই সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।…

নাম নোলোৱাকৈ ৰাহুল গান্ধীক কটাক্ষ প্ৰধানমন্ত্ৰী মোদীৰ

নিয়মীয়া বাৰ্তা, ৭ ফেব্ৰুৱাৰীঃ বড়ো চুক্তিৰ পাছত শুকুৰবাৰে কোকৰাঝাৰৰ চহৰৰ সমীপৰ বিশাল জাংখ্ৰিথাই পথাৰত অনুষ্ঠিত হোৱা জনসভাত ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নাম নোলোৱাকৈ ৰাহুল গান্ধীক সমালোচনা কৰে । কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে…

২১ শতিকাৰ ভাৰতৰ ৰাজধানীৰ ভৱিষ্যৎ নিৰ্ণয় কৰিব এই নিৰ্বাচনে !

নিয়মীয়া বাৰ্তা ৩ ফ্ৰেব্ৰুৱাৰীঃ "দিল্লীৰ লোকসকলৰ ভোট আৰু চিন্তাই দেশৰ বিকাশৰ ক্ষেত্ৰত আগুৱাই যোৱাত সফল ভূমিকা আগবঢ়াইছে । দিল্লী কেৱল এখন চহৰেই নহয়, দিল্লীখন হৈছে আমাৰ দেশৰ এক আত্মা ।"- দিল্লীত প্ৰথমবাৰৰ বাবে নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ এই…