নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

editorial

যুদ্ধৰ অশনি সংকেত

ইৰানৰ সেনা জেনেৰেল কাছেম ছোলেইমানী ইৰাকৰ ৰাজধানী বাগদাদৰ আন্তর্জাতিক বিমানবন্দৰত মার্কিন ড্র’ন আক্রমণত নিহত হোৱাৰ পিছতেই মধ্যপ্রাচ্যত যুদ্ধৰ আশংকা ঘনীভূত হৈছে৷ যোৱা সপ্তাহত ছোলেইমানী নিহত হোৱাৰ পিছতে ইৰানে আমেৰিকাৰ বিৰুদ্ধে প্রতিশোধৰ হুংকাৰ…

‘কা’ক লৈ ক্ষমতাৰ যুঁজ

নাগৰিকত্ব সংশোধনী আইন (কা)ৰ বিৰুদ্ধে বিগত প্রায় এমাহ ধৰি উত্তপ্ত হৈ আছে ব্রহ্মপুত্র উপত্যকাৰ অধিকাংশ অঞ্চল৷ শাসকীয় বিজেপি, অসম গণ পৰিষদ আৰু বিপিএফে বিতর্কিত আইনখনক সমর্থন কৰিলেও ৰাজ্যখনৰ অধিকাংশ দল–সংগঠনে ইয়াৰ বিৰোধিতা কৰি ৰাজপথলৈ ওলাই…

সংগ্রাম দীঘলীয়া হ’ব

নাগৰিকত্ব সংশোধনী আইন (কা) বাতিলৰ দাবীত বিগত কুৰিদিন ধৰি উত্তাল হৈ আছে ৰাজ্যখনৰ ব্রহ্মপুত্র উপত্যকাৰ অধিকাংশ অঞ্চল৷ গণহুংকাৰ, বজ্রনিনাদ, গণ সমাৱেশ, জোঁৰ সমদল আদিয়ে সৃষ্টি কৰিছে আন্দোলনমুখৰ পৰিস্থিতি৷ লোকসভা আৰু ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী…

শৈক্ষিক পৰিৱেশ বিনষ্ট হ’বলৈ নিদিব

নাগৰিকত্ব সংশোধনী আইন (কা) বাতিলৰ দাবীত দুসপ্তাহ ধৰি প্রতিবাদমুখৰ হৈ আছে ব্রহ্মপুত্র উপত্যকা৷ যোৱা ৯ ডিচেম্বৰত নাগৰিকত্ব সংশোধনী বিধেয়ক (কেব) উত্থাপনৰ পূর্বৰে পৰা ৰাজ্যখনৰ অধিকাংশ দল–সংগঠনে ৰাজপথলৈ ওলাই আহি প্রতিবাদ সাব্যস্ত কৰিছিল৷ কেবক…

ধর্মীয় স্বাধীনতা

সন্ত্রাসবাদৰ পৃষ্ঠপোষকতাৰে ভাৰতক অস্থিৰ কৰি ৰাখিবলৈ সীমাৰ সিপাৰৰ পৰা অহৰহ নিকৃষ্ট ষড়যন্ত্রত ব্রতী হৈ অহা চিৰবৈৰী পাকিস্তান ধর্মীয় স্বাধীনতা উলংঘাৰ অভিযোগত এইবাৰ আমেৰিকাৰ ৰোষত পৰিছে৷ অকল পাকিস্তানেই নহয়, দেশখনৰ পৰম মিত্র চীনৰ বিৰুদ্ধেও…